Axom Sarba Siksha Abhijan Mission Recruitment 2019

সৰ্বশিক্ষা অভিযান মিছন, লক্ষীমপুৰ জিলা মিছন সমন্বয়কৰ কাৰ্যালয়ৰ বাবে এটা নৈশ চৌকিদাৰৰ পদ কেৱল ১১ মাহৰ বাবে ঠিকাভিত্তিত নিযুক্ত কৰিবৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচৰ৷ হৈছে। চৰ্তাৱলী ? মকৰল সম্পূৰ্ণ ঠিকাভিত্তীত হ’ব। যাৰ বাবে দুয়োপক্ষৰ মাজত কাৰ্যতঃ যোগদান কৰা তাৰিখৰ পৰা এখন চুক্তিনামা সম্পাদন হ’ব। সেইদৰে চুক্তিৰ ম্যাদ শেষ হোৱাৰ লগে লগে কোনো জাননী …