Assam Police will soon announce Vacancy in Various Departments Notice 2019 @Total 3551 Posts Update

Assam Police will soon announce Vacancy in Various Departments Notice 2019 @Total 3551 Posts Update
বিশেষভাৱে সক্ষম শিক্ষাৰ্থীৰ সম্বৰ্ধনা অনুষ্ঠানত সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ আশ্বাস

প্ৰতিবন্ধী বাবে খালী হৈ থকা ৪,৪১৯টা পদ পূৰণ কৰাৰ বাবে প্রাথমিক পৰ্যায়ত ৮৬৮টা পদৰ বিজ্ঞাপন প্রকাশ কৰিলে যদিও বাকী পদসমূহৰ বিজ্ঞাপন প্রকাশ কৰা নাই। বাকী পদসমূহ পূৰণ কৰাৰ বাবেও অতিশীঘ্ৰে বিজ্ঞাপন প্রকাশ কৰাৰ লগতে নিযুক্তি প্রক্রিয়াটো স্বচ্ছ আৰু নিকা পদ্ধতিৰে সম্পন্ন কৰিব লাগে বুলিও সংগঠনটোৰ নেতাগৰাকীয়ে কয়।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ইতিমধ্যে দিব্যাংগৰ বাবে অনুষ্ঠিত হৈ যোৱা তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ দুই-এদিনৰ ভিতৰত ঘোষণা কৰা হ’ব। তদুপৰি চতুৰ্থ বৰ্গৰ পদসমূহ পূৰণ কৰাৰ ক্ষেত্রত শীঘ্ৰে নিযুক্তি প্রক্ৰিয়া আৰম্ভ হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে কয়।

Download Newspaper Cutting : Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *