Tag «Women Mate»

Assam PNRD MGNREGA Women mate recruitment 2021

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ (মহাত্মা গান্ধী এন ৰেগা) অধীনত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা ‘গ্রাম্য-সখী’ (Women Mate) নিয়োগৰ এক নতুন পদক্ষেপ লোৱা হৈছে। এই গ্রাম্য-সখীসকলে মহাত্মা গান্ধী এন ৰেগা আঁচনিৰ অধীনৰ জব কাৰ্ডধাৰীসকলে কৰা কাৰ্যসমূহ চোৱাচিতা কৰিব। Post Name: Women Mate (গ্ৰাম্য সখী ) Age limit: 18 – 45 Years. Educational qualification: Class …