Assam PNRD MGNREGA Women mate recruitment 2021

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ (মহাত্মা গান্ধী এন ৰেগা) অধীনত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা ‘গ্রাম্য-সখী’ (Women Mate) নিয়োগৰ এক নতুন পদক্ষেপ লোৱা হৈছে। এই গ্রাম্য-সখীসকলে মহাত্মা গান্ধী এন ৰেগা আঁচনিৰ অধীনৰ জব কাৰ্ডধাৰীসকলে কৰা কাৰ্যসমূহ চোৱাচিতা কৰিব।

Post Name: Women Mate (গ্ৰাম্য সখী )

Age limit: 18 – 45 Years.

Educational qualification: Class 7th Passed.

Eligibility Criteria: দীন দয়াল অন্তোদয়া আঁচনি-ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোটৰ সদস্যা, জব কাৰ্ডধাৰী তথা বছৰটোত মহাত্মা গান্ধী এনৰেগা আঁচনিৰ অধীনত নিম্নতম ৩০ দিন কাম কৰা মহিলাসকলে এই গ্রাম্য-সখীৰ বাবে আবেদন প্রপত্ৰ পূৰণ কৰিব পাৰিব।

Pay: 280 Per Day [8400]

How to apply:

(প্ৰ-পত্ৰসমূহ পঞ্চায়তৰ কাৰ্যালয় তথা খও উন্নয়ন বিষয়াৰ কা্যালয়সমূহত উপলব্ধ হ'ৰ আৰু সেই কাৰ্যালয়সমূহত ৫ মে’ ২০২১ৰ পৰা ২৫ মে’ ২০২১ৰ ভিতৰত পূৰণ কৰি জমা দিব পাৰিব। আগৰ জাননী মতে আবেদন কৰা আবেদনকাৰীসকলে পুনৰ আবেদন কৰিব নালাগে)

Download Notice: Click Here

Application Form: Click Here

 

Leave a Reply

Your email address will not be published. Required fields are marked *